বহিঃ ৰাজ্যত আৱদ্ধ হৈ থকা অসমৰ লোকসকলৰ বাবে অধিক ৰেলৰ ব্যৱস্থা

122

ষ্টাফৰিপোৰ্টাৰ, ২৩ মে’: বহিঃ ৰাজ্যত আৱদ্ধ হৈ থকা অসমৰ লোকসকলৰ বাবে অধিক ৰেলৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাই কেন্দ্ৰীয় ৰেলমন্ত্ৰীলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মাননীয় সভাপতি ৰিপুণ বৰাৰ বিশেষ পত্ৰ।