নাজিৰাত ভয়ংকৰ পথ দুৰ্ঘটনা ।
নাজিৰাৰ লখিমী আলিত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ।
কথমপি প্ৰাণ ৰক্ষা পৰে চালক ৱাচিম আয়ান।
জানিব পৰা মতে চালক ৱাচিমৰ ঘৰ নাজিৰাৰ মেকিপুৰত ।
নাজিৰা কংগ্ৰেছ ভৱনৰ সমিপৱৰ্তী City ধাবাৰ সন্মুখত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো ।
নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা বিদ্যুৎতৰ খুটাত খুন্দা মাৰে চালকৰ ৱাচিমে!
দুৰ্ঘটনাত পতিত বাহন খন TATA PUNCH নম্বৰ হৈছে AS 04 AD 5840