‘নগাঁৱত বেয়াকৈ হাৰিব কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ’। ‘যোৰহাটত দুই লাখ ভোটত হাৰিব গৌৰৱ গগৈ’। লোকসভা নিৰ্বাচনত ১৩খন আসনত বিজেপিয়ে জয়লাভ কৰিব। এই মন্তব্য মন্ত্ৰী পীযূষ হাজৰিকাৰ।