Skip to content
দৰঙৰ খাৰুপেটীয়াত ভুমি উচ্ছেদ অভিযানক লৈ তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্হিতি
নিজৰ ভুমি হেৰুৱাই অচেতন হল এগৰাকী বৃদ্ধৰ লগতে এগৰাকী মহিলা
খাৰুপেটীয়াৰ ১ নং খেতাশ্বৰ গাঁৱত দলগাঁও ৰাজহ চক্ৰ বিষয়া , আৰক্ষী অৰ্ধ সামৰিক বাহিনীৰ উপস্থিতিত চলিছে এই উচ্ছেদ অভিযান
উচ্ছেদ অভিযান চলাই থকা অৱস্থাত জলিমুদ্দিন( 70) ,আৰু আলেহা বিবি নামৰ দুগৰাকীকৈ লোক উচ্ছেদস্হলীত ঢলি পৰাত তীব্ৰ হুলস্থুলৰ সৃষ্টি হয়
ঘটনাস্থলীত উপস্থিত আৰক্ষী বাহিনীৰ লোকে নিয়ন্ত্ৰণ কৰে পৰিস্হিতি
জানিব পৰা মতে আজি 20 বিঘা ভুমিত সীমা কৰে প্ৰশাসনে ।