জুৰীয়াৰ দ’ গাঁৱত শোকাৱহ পথ দুৰ্ঘটনা

173

জুৰীয়াৰ দ’ গাঁৱত শোকাৱহ পথ দুৰ্ঘটনা। তীব্ৰবেগী বাইকৰ খুন্দাত নিহত এজন কিশোৰ। নিহত কিশোৰজন ইলিয়িছ আহমেদ। গুৰুতৰভাৱে আহত ছফিৰ উদ্দিন নামৰ আন এজনক চিকিৎসালয়ত ভৰ্তি। ঘটনা সন্দৰ্ভত দ’ গাঁও আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।