চিৰাং জিলা বিজনী ভাৰত ভূটান সীমান্তৰ বল্লামগুৰীত ভয়ংকৰ অগ্নিকাণ্ড

112

চিৰাং জিলা বিজনী ভাৰত ভূটান সীমান্তৰ বল্লামগুৰীত ভয়ংকৰ অগ্নিকাণ্ড । ৰাতিপুৱা সংগঠিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড ঘটনা। বল্লামগুৰী গাৱৰ মুছলিম উদ্দিন নামৰ লোকজনৰ গৃহত সংগঠিত হয় অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত তিনিখন গৃহ সম্পূৰ্ণ ভস্মীভূত হয়, ঘটনাস্থলিত বিজনী অগ্নিনিৰ্বাপক বাহনিৰ দ’ল উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।
অগ্নিকাণ্ডৰ ফলত ৫ লক্ষাধিক টকাৰ জুইত জাহ যায়।