চাৰিচকীয়া বাহনৰ মাজত ভয়ংকৰ মুখা-মুখি সংঘৰ্ষৰ

101

চাৰিচকীয়া বাহনৰ মাজত ভয়ংকৰ মুখা-মুখি সংঘৰ্ষৰ । দুখন চাৰিচকীয়া বাহনৰ মাজত মুখা-মুখি সংঘৰ্ষত আহত কেইবাজনো লোক ।উল্লেখযোগ্য যে লখিমপুৰ জিলাৰ লালুক ১১ মাইলত দুখন চাৰিচকীয়া বাহনৰ মাজত ভয়ংকৰ মুখা-মুখি পথ দুৰ্ঘটনা সংঘটিত হয় ৷ জানিব পৰা মতে লখিমপুৰ পৰা আহি থকা এখন বাহনে লালুকৰ দিশৰ পৰা গৈ থকা বাহন দুখনৰ মাজত পথ দুৰ্ঘটনা সংঘটিত হয় ।

জানিব পৰা মতে বাহন খনত ভিতৰত এটি কন মানি শিশু আছিল । শিশু লগতে কেইবাজনো লোক গুৰুতৰ ভাৱে আহত হৈছে ।
বৰ্ত্তমান সংকতজনক বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে
আহত কেইজনক ইতিমধ্যে লখিমপুৰ মেডিকেল কলেজলৈ পেৰণ কৰিছে বুলি জানিব পৰা গৈছে।