গোৱালপাৰাৰ কৃষ্ণাইত হস্তনিৰ্মিত ৰাইফলসহ এজনক আটক

356

গোৱালপাৰাৰ কৃষ্ণাইত হস্তনিৰ্মিত ৰাইফলসহ এজনক আটক।

কৃষ্ণাইৰ বামুণেপানীখোৱা গাঁৱৰ পৰা আটক মামু ৰাভাক।

মামু ৰাভাৰ বাসগৃহৰ পৰা উদ্ধাৰ হৈছে হস্তনিৰ্মিত ৰাইফলটো।