গোলকগঞ্জৰ ছাগলীয়াত ফ্লায়িং স্কোৱাড, আৰক্ষীৰ যৌথ অভিযান

188

গোলকগঞ্জৰ ছাগলীয়াত ফ্লায়িং স্কোৱাড, আৰক্ষীৰ যৌথ অভিযান।

এখন বাহনৰ পৰা জব্দ আঢ়ৈ লাখ টকা।

প্ৰসেনজিৎ চক্ৰৱৰ্তী নামৰ লোকজনৰ পৰা জব্দ টকাখিনি।

পশ্চিমবংগৰ পৰা ধুবুৰী অভিমুখে গৈ থকা অৱস্থাত জব্দ টকাখিনি।

প্ৰসেনজিৎ চক্ৰৱৰ্তী পশ্চিমবংগৰ কোচবিহাৰৰ ২নং ৱাৰ্ডৰ বাসিন্দা।