- গুৱাহাটীৰ ২ চিকিৎসক কৰোনাত আক্ৰান্ত
- আক্ৰান্ত হৈছে GMCHৰ ডা: স্মৃতি পাঠক দত্ত
- GMCHৰ ফিজিঅ’লজী বিভাগৰ মুৰব্বী অধ্যাপক ডা: দত্ত
- তেওঁৰ স্বামী ডা: ধ্ৰুৱজ্যোতি দত্তও কৰোনাত আক্ৰান্ত
- ডা: ধ্ৰুৱজ্যোতি দত্ত গুৱাহাটীৰ এপল’ হাস্পতালত কৰ্মৰত
- দুয়োগৰাকী চিকিৎসক সম্প্ৰতি GMCHত চিকিৎসাধীন
