উত্তৰ-পূৱ গুৱাহাটীৰ কামাখ্যা ৰে’ল জংচনত বুজন পৰিমাণৰ চোৰাং সোণ জব্দ By Dipshikha - March 11, 2024 365 FacebookPinterestWhatsAppPrint গুৱাহাটীৰ কামাখ্যা ৰে’ল জংচনত বুজন পৰিমাণৰ চোৰাং সোণ জব্দ৷ কামাখ্যা ৰে’ল আৰক্ষীৰ অভিযানত মুম্বাইৰ এজন যুৱকক গ্ৰেপ্তাৰ৷সোণখিনিৰ কোনো উপযুক্ত নথি-পত্ৰ দেখুৱাব পৰা নাই যুৱকজনে৷ Share this:Click to share on Facebook (Opens in new window)Click to share on WhatsApp (Opens in new window)Click to share on Pinterest (Opens in new window)Click to share on Twitter (Opens in new window)Click to print (Opens in new window)Like this:Like Loading...