আজি PSLV-C58-XPoSatৰ উৎক্ষেপণ। শ্ৰীহৰিকোটাৰ সতীশ ধাৱন স্পেচ চেণ্টাৰৰ পৰা উৎক্ষেপণ। পুৱা ৯.১০ বজাত PSLV-C58-XPoSatৰ উৎক্ষেপণ। ব্লেক হোল আৰু নিউট্ৰন ষ্টাৰ অধ্যয়নৰ কাৰণে অভিযান। এনে অভিযানৰ অংশীদাৰ হোৱা ভাৰত দ্বিতীয়খন দেশ। ইয়াৰ পূৰ্বে আমেৰিকাৰ নাছাই উৎক্ষেপণ কৰিছিল IXPE।
