আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে অসম ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই ভ্ৰমণতে প্ৰধানমন্ত্ৰীয়ে বজাব নিৰ্বাচনী ৰণদংকা। প্ৰধানমন্ত্ৰী...
ৰাজনীতি
বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বৃহস্পতিবাৰে কয় যে ২০১৪ চনৰ পৰা দেশত বৃহৎ সংখ্যক উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান স্থাপন...
তেলেংগানা প্ৰদেশ কংগ্ৰেছ কমিটীয়ে (টিপিচিচি) শেহতীয়াকৈ ছোনিয়া গান্ধীক ৰাজ্যখনৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ অনুৰোধ জনাইছিল। দলটোৰ...
এইবাৰেই শেষ! ইয়াৰ পিছত আৰু ভাৰতত অনুষ্ঠিত নহয় নিৰ্বাচন। এই দাবীৰে দেশৰ জনতাক এক বিশেষ আহ্বান জনাইছে...
আজি কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই ১৫ তম দিনত ভৰি দিয়ে। মণিপুৰৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো...
প্ৰতিৰক্ষা ঔদ্যোগিক খণ্ডৰ মাজত একত্ৰীকৰণ অধিক গভীৰ কৰিবলৈ ভাৰত-ফ্ৰান্সৰ গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ
ভাৰত আৰু ফ্ৰান্সৰ মাজত বন্ধুত্ব অধিক ঘনিষ্ঠ হৈ পৰিছে। ৭৫ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপনত মুখ্য অতিথি হিচাপে...
বিহাৰৰ পিছত দিল্লী! “অপাৰেচন লোটাছ” চলাই দিল্লীত আম আদমী পাৰ্টিৰ চৰকাৰ উফৰাই পেলোৱাৰ ষড়যন্ত্ৰ আৰম্ভ কৰিছে বিজেপিয়ে।...
লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত দল সলনিৰ ৰাজনীতি! কংগ্ৰেছ ত্যাগ কৰিব প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে। লগতে কংগ্ৰেছ ত্যাগ...
২০২৪ৰ লোকসভা নিৰ্বাচনলৈ মাজত আৰু কেইটামান দিন বাকী। ৰাম মন্দিৰৰ প্ৰতিষ্ঠাৰ জৰিয়তে হিন্দুত্ববাদ প্ৰসাৰ কৰি নিৰ্বাচনৰ ৰণডংকা...
গণতন্ত্ৰ দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদীয় সমষ্টি বাৰাণসীৰ দুগৰাকী মহিলা চাফাই কৰ্মীয়ে বিশেষ অতিথি হিচাপে অনুষ্ঠানটোত অংশগ্ৰহণ...
