ষ্টাফ ৰিপোৰ্টাৰ : এক ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ২৩ হৈছে জনকৈ শ্ৰমিক। গুৰুতৰভাৱে আহত ১৩ জনৰো অধিক। এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত। শনিবাৰে পুৱতি নিশা উত্তৰ প্ৰদেশৰ কোটৱালি অঞ্চলত এই দুৰ্ঘটনা সংঘটিত হয়।