পুনৰ আন এক ভয়ংকৰ দুৰ্ঘটনা।এইবাৰ গৌৰীপুৰৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা। ঘাইপথত বাগৰি পৰে ফল ভৰ্তি এখন ট্ৰাক। গৌৰীপুৰ-গুৱাহাটী অভিমুখী আছিল ট্ৰাকখন। দুৰ্ঘটনাত আহত হয় ট্ৰাক চালক। ঘন কুঁৱলীৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ।