নৱবৰ্ষৰ প্ৰথম দিনটোতে দেশৰ জনতালৈ সকাহ !কিয়নো হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ দাম। উল্লেখযোগ্য যে দিল্লীত ১৯ কিলোগ্ৰাম বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য বৰ্তমান ১,৭৫৫.৫০ টকা, মুম্বাইত ১৭০৮.৫০ টকা, চেন্নাইত ১৯২৪.৫০ টকা।