নগৰবেৰাত সুদখোৰৰ বিৰুদ্ধে অভিযান। কল্যাণপুৰৰ পৰা আজাদ আলী নামৰ এজনক গ্ৰেপ্তাৰ। একে গাঁৱৰে ছফিয়ৰ আলীৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ। আজাদ আলীক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ।