ছত্তীশগড়ৰ বেমেটাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাত ১০ গৰাকী লোকৰ মৃত্যু।
পথত ৰখাই থোৱা বাহনত খুন্দা যাত্ৰীবাহী বাহনখনৰ।
বেমেটাৰা থানা এলেকাৰ কাঠিয়া পেট্ৰ’ল পাম্পৰ সমীপত এই দুৰ্ঘটনা।