গুৱাহাটীৰ পূৰ্বাঞ্চল মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীক নিলম্বন

191

গুৱাহাটীৰ পূৰ্বাঞ্চল মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীক নিলম্বন৷

প্ৰধান শিক্ষয়িত্ৰী ৰুণু দাস পাটোৱাৰীক নিলম্বন৷

১৬.৫ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে৷

ধন লুটৰ ঘনিষ্ঠ সহযোগী আছিল সহশিক্ষক কুঞ্জ বিহাৰী সিং৷

সহশিক্ষকজনৰ পৰা বিদ্যালয়ৰ সামগ্ৰী কিনা দেখুৱাই লুট কৰিছিল ধন৷