দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোড়িয়াক গ্ৰেপ্তাৰ। ৮ ঘণ্টা সোধা-পোছাৰ অন্তত গ্ৰেপ্তাৰ ছিছোদিয়াক। সুৰা কেলেংকাৰি সন্দৰ্ভত CBI-এ জেৰা চলাইছিল...
উত্তৰ-পূৱ
এক ভয়ংকৰ পথ দুৰ্ঘটনা। বলেৰ’ বাহনৰ ওপৰত চিমেণ্টভৰ্তি ট্ৰাক বাগৰি থিতাতে নিহত ৬ গৰাকী। মেঘালয়ৰ নংপুত দেওবাৰে...
মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ এদিন পূৰ্বে পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু এগৰাকী নিৰ্বাচনী বিষয়াৰ। ভোটগ্ৰহণ কেন্দ্ৰলৈ গৈ থকা...
গৌৰীপুৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে অগ্নিকাণ্ডৰ ফলত দহ লক্ষাধিক টকাৰ ক্ষয়ক্ষতি হৈছে। কিন্ত আল্লা ভগবানৰ কি মহিমাঃৰক্ষা...
মাৰ্ঘেৰিটাত বৃহৎ পৰিমাণৰ ড্ৰাগচ সহ আটক দুজনমাৰ্ঘেৰিটাত নিচাযুক্ত দ্রব্যৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্রতৰ কৰি তুলিছে অভিযান। নিতৌ আটক...
নিউজিলেণ্ডৰ বিৰুদ্ধে ৱেলিংটন টেষ্টত জ’ ৰুটে শতক অৰ্জন কৰিছে। খেলখনৰ প্ৰথম দিনাৰ খেলৰ শেষত তেওঁ ১৮২ টা...
গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি তেওঁৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ...
মানাহ ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰৰ ঘটনা৷চোৰাং চিকাৰীয়ে এইবাৰ প্ৰাপ্তবয়স্ক দঁতাল হাতী হত্যা কৰি কাটি নিলে দাঁত৷ৰাষ্ট্ৰীয় উদ্যানখনৰ...
কলিয়াবৰত বাঘৰ আতংক । বাঘ চিকাৰৰ বাবে অনা বন্দুক জব্দ। এটা মৃত গৰুৰ কাষত থকা বাঘলৈ লক্ষ্য...
চামগুৰিত চৰকাৰী ঘৰৰ নামত ধন দাবীপুনৰ ৰঙাগড়া পঞ্চায়তত দুৰ্নীতি পোহৰলৈ আহিছে। এইবাৰ চামগুৰি ৰঙাগড়া পঞ্চায়তত পুনৰ এক...
