অসমত পুনৰ লকডাউন দিয়া নহয়। সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ক্ৰমাগতভাৱে বৃদ্ধি পোৱা কোৰোনাৰ দ্বিতীয় সংক্ৰমণৰ বাবে মহাৰাষ্ট্ৰ...
অসম
যদি বদৰুদ্দিন আজমল ভাৰতীয় নাগৰিক নহয়, তেন্তে বিজেপিয়ে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক। এই মন্তব্য ৰাজ্যসভাৰ সাংসদ...
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেলউপস্থিত মেধা পাটেকাৰৰাইজৰ দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ নেত্ৰী গৰাকীৰকৃষক বিৰোধী চৰকাৰৰ বিৰুদ্ধে নিৰ্বাচনত...
দেশত ভয়াবহ হৈ পৰিছে কোৰোনা পৰিস্থিতি। মধ্য প্ৰদেশ আৰু মহাৰাষ্ট্ৰত অনিয়ন্ত্ৰিত হৈ পৰা কোৰোনা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে...
এক মৰ্মান্তিক দৃশ্য। শিৱসাগৰত ONGCৰ তৈল খাদৰ পৰা ওলোৱা বিষাক্ত গেছে প্ৰাণ লৈছে হাজাৰ হাজাৰ গছ মুগাৰ।...
জনতাৰ সেৱাৰ বাবেই আৰক্ষী। কিন্তু জনতাৰ সেৱা কৰিবলৈ গৈ যেতিয়া আৰক্ষী নিজেই অপমানৰ সন্মুখীন হবলগা হয়, তেন্তে...
নিৰ্বাচনৰ মাজত মথো কেইটা দিন । এতিয়া সমগ্ৰ অসমৰ লগতে পশ্চিম অসমৰ ২৭ নং বিলাসীপাৰা পূৱ সমষ্টিত...
বটদ্ৰৱাত মহাজোঁটৰ প্ৰাৰ্থী শিবামণি বৰাৰ নিৰ্বাচনী প্ৰচাৰ। কাৰ্যালয়ে কাৰ্যালয়ে নিৰ্বাচনী প্ৰচাৰ প্ৰাৰ্থী গৰাকীৰ। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত...
মছজিদৰ উচ্চস্বৰীয় আজানে কৰ্তব্য পালনত বাধা প্ৰদান কৰিছে। এই অভিযোগ উত্তৰ প্ৰদেশৰ যোগী চৰকাৰৰ মন্ত্ৰী আনন্দ স্বৰূপ...
কাৰাগাৰৰ ভিতৰৰ পৰা অসম বাসীলৈ মুকলি পত্ৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। বন্দী জীৱনৰ বহু নিৰ্ঘাত সত্য...
