ৰূপহীহাটৰ মাগুৰমাৰি গাওঁৰক্ষী বাহিনীৰ গুণ্ডাগিৰী।গৰ্ভৱতী মহিলাক মাৰপিট কৰাৰ গুৰুত্বৰ অভিযোগ।
মুৰিপুথিখাইতি গাঁৱৰ পৰা কাৱৈমাৰী হস্পিতাললৈ গৈ থকা অৱস্থাতত মাগুৰমাৰী গাঁৱৰক্ষী বাহিনীয়ে প্ৰহাৰ কৰাৰ অভিযোগ।
নিশা হস্পিতাললৈ গৈ থকা সময়ত সোধাপোচা নকৰাকৈ ই-ৰিক্সাত থকা গৰ্ভৱতী মহিলাক প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ মাগুৰমাৰী গাঁৱৰক্ষী বাহিনীৰ বিৰুদ্ধে।
ৰডেৰে প্ৰহাৰ কৰাত গুৰুতৰ ভাবে আহত হয় গৰ্ভৱতী মহিলা গৰাকী। হস্পিতালত ভৰ্ত্তি কৰোৱাৰ লগে লগে সন্তান প্ৰসৱ কৰে মহিলা গৰাকীয়ে।
ইতিমধ্যে কাৱৈমাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ভুক্তভোগী মহিলাগৰাকীৰ পৰিয়ালৰ লোকে
কাৱৈমাৰী আৰক্ষীয়ে গোচৰ বিত্তিত ইতিমধ্যে তদন্ত আৰম্ভ কৰে।
