ৰূপহীহাটত গ্ৰেপ্তাৰ দুই তথাকথিত স্বয়ম্ভূ সাংবাদিক।

527

ৰূপহীহাটত গ্ৰেপ্তাৰ দুই তথাকথিত স্বয়ম্ভূ সাংবাদিক।অপৰাধজনিত কাৰ্যকলাপ, ধন দাবী আৰু ব্লেকমেইলিংৰ অভিযোগত গ্ৰেপ্তাৰ দুই সাংবাদিক।বহু কেইটা অভিযোগেৰে অভিযুক্ত আছিল তথাকথিত এই সাংবাদিক দুজন।কেইবাটাও গোচৰৰ ভিত্তিত ৰূপহীহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে স্বয়ম্ভূ সাংবাদিক ফুৰকান আলী আৰু ওৱাইজ উদ্দিন চৌধুৰীক।দীৰ্ঘদিন ধৰি সাধাৰণ লোকৰ মূৰৰ কামোৰণি হৈ পৰিছিল ধৃত দুই তথাকথিত স্বয়ম্ভূ সাংবাদিক।