ৰাজ্যৰ ৰাজভৱনত ভয়াবহভাৱে সংক্ৰমণ

56

ষ্টাফৰিপৰ্টাৰ, ৰাজ্যৰ ৰাজভৱনত ভয়াবহভাৱে সংক্ৰমণ হৈছে কভিড-১৯ ৰ।
ৰাজ্যৰ ৰাজভৱনত এতিয়া অধিক বৃদ্ধি পাইছে কৰ’নাৰ আতংক।দৈনিক অধিক বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমন।কালিৰ দিনটোত ৰাজভৱনৰ ২৪গৰাকী লোকৰ দেহত কৰ’না ধৰা পৰাৰ লগে লগে ৰাজভৱনত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৭০লৈ বৃদ্ধি পাইছে।এতিয়া ৰাজভৱনক লৈ চিন্তিত হৈ পৰিছে চৰকাৰ তথা স্বাস্থ্য বিভাগ। মনকৰিবলগীয়া যে ৪ জুলাইতে ৰাজভৱনক প্ৰশাসনে কনন্টেইনমেন্ট জ’ন ঘোষণা কৰাৰ পাছতো সংক্ৰমণ ৰোধ কৰিব পৰা নাই।