ৰাজ্যৰ শিক্ষা বিভাগৰ কঠোৰ সিদ্ধান্ত।
বিদ্যালয়ত উপস্থিত নথকা শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ।
ৰাজ্যৰ ৪,৯০৭ গৰাকী শিক্ষকৰ দৰমহা বন্ধ ৰখাৰ নিৰ্দেশ।
শিক্ষাসেতু এপত ATTENDANCE নাছিল শিক্ষকৰ।
ইয়াৰ পাছতেই কঠোৰ সিদ্ধান্ত গ্ৰহণ ৰাজ্য চৰকাৰৰ।