উত্তৰ-পূৱ ৰাজ্যৰ মাধ্যমিক শিক্ষাত হ্ৰাস পাইছে শিক্ষাৰ্থীৰ সংখ্যা By Dipshikha - February 21, 2024 317 FacebookPinterestWhatsAppPrint ৰাজ্যৰ মাধ্যমিক শিক্ষাত হ্ৰাস পাইছে শিক্ষাৰ্থীৰ সংখ্যা। ২০২২-২৩ৰ তুলনাত ২০২৩-২৪ বৰ্ষত দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থী ৪৯ হাজাৰতকৈ অধিক কমিল। ২০২২-২৩ত দ্বাদশ শ্ৰেণীত আছিল ২,৩২,৬১৬ শিক্ষাৰ্থী আৰু ২০২৩-২৪ত দ্বাদশ শ্ৰেণীৰ মুঠ শিক্ষাৰ্থী ১,৮৩,২৭৯ গৰাকী। Share this:Click to share on Facebook (Opens in new window)Click to share on WhatsApp (Opens in new window)Click to share on Pinterest (Opens in new window)Click to share on Twitter (Opens in new window)Click to print (Opens in new window)Like this:Like Loading...