ৰাজ্যত ভয়াবহ কোৰোনা পৰিস্থিতিঃ পুনৰ ৫৮৩ জনৰ দেহত কোৰোনা

52
A health worker collects a swab sample from a man for a Covid-19 coronavirus test at a public health centre in Hyderabad on September 17, 2020. (Photo by NOAH SEELAM / AFP) (Photo by NOAH SEELAM/AFP via Getty Images)

ৰাজ্যত পুনৰ ভয়াবহ হৈ পৰিছে কোভিড পৰিস্থিতি। সোমবাৰৰ দিনটোত ৰাজ্যত পুনৰ ৫৮৩ জনৰ দেহত এই ভাইৰাছৰ সংক্ৰমণ ধৰা পৰে। স্বাস্থ্য বিভাগে সদৰী কৰা মতে, মঙলবাৰে গুৱাহাটী মহানগৰীতে ১৯৩ জন কোভিডত আক্ৰান্ত হয়।

ইফালে ৰাজ্যত বৰ্তমানলৈকে কোভিড সংক্ৰমিত ৰোগীৰ সংখ্যা ২২০৮৯৩ জনলৈ বৃদ্ধি পাইছে। ইফালে সোমবাৰৰ দিনটোত ৰাজ্যত ৯৮ গৰাকী লোক সুস্থ হৈ উঠিছে। বৰ্তমানেও ২৩৮৭ জন চিকিৎসাধীন হৈ আছে অসমত।