ৰাজ্যত পুনৰ সোপাধৰাক লৈ উৰাবাতৰি৷ শিশু অপহৰণৰ ঘটনাক অপ্ৰাসংগিক আখ্যা। উৰাবাতৰি বিয়পোৱাৰ পৰা সকলোকে বিৰত থকাৰ আহ্বান জনাইছে অসম আৰক্ষীয়ে৷ উৰাবাতৰি বিয়পালে আইনী ব্যৱস্থাৰ সন্মুখীন হ’ব বুলি সকীয়নি প্ৰদান কৰিলে অসম আৰক্ষীয়ে৷