ষ্টাফৰিপোৰ্টাৰ, ১৬ মে’ : ৰাজ্যত পুনৰ দুজনকৈ লোকৰ দেহত ধৰা পৰিছে “কোভিড-১৯” পজিটিভ। দুয়োজন লোক ফাঁচী বাজৰৰ আলু গুদামৰ ঘটনাৰ লগত জড়িত।আক্ৰান্তৰ এজনৰ নাম মহেন্দ্ৰ শ্বাহ।পেছাত ঠেলাচালক।আনজন আক্ৰান্ত সুমন ঠাকুৰ নাপিত বুলি জানিব পৰা গৈছে। উল্লেখ অসমত কৰ’না আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পালে ৯১ জনলৈ।