ৰাজ্যত পুনৰ কোৰোনা আক্ৰান্ত হৈ এজনৰ মৃত্যু

55

ডিজিটেল ডেস্ক: অসমত কোৰোনা আক্ৰান্ত হৈ পুনৰ মৃত্যু এজন লোকৰ। বৃহস্পতিবাৰে কামৰূপ মহানগৰ নিবাসী গোপাল চন্দ্ৰ দাস নামৰ ৭০ বছৰীয়া লোক জনৰ মৃত্যু ঘটে।

আজিৰ দিনটোত ৰাজ্যত পুনৰ ২৩৩ জনৰ দেহত ধৰা পৰে কোৰোনা পজিটিভ। ইফালে
‎মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে ৯৫৮ জনলৈ।