ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা ।এইবাৰ কলিয়াবৰত আৰক্ষীৰ এনকাউণ্টাৰ! আৰক্ষীৰ গুলীত আহত হৈছে দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া ছাদ্দাম হুছেইন।উল্লেখযোগ্য যে নিশা প্ৰায় ১ বাজি ১৫মিনিটত সংঘটিত হৈছে এই ঘটনা। আহত ছাদ্দামক নগাঁও মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হয় যদিও অৱস্থা সংকটজনক হোৱাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে।
