ষ্টাফৰিপৰ্টাৰ,৩ জুন: সতৰ্কবাণী —
ৰাজ্যত নতুনকৈ ৮৪ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ ইয়াৰে ৩০ গৰাকী ডিমা হাচাওৰ, ২০ গৰাকী হোজাইৰ, ১৪ গৰাকী বিশ্বনাথৰ, ১০ গৰাকী ডিব্ৰুগড়ৰ, ৩ গৰাকী কামৰূপৰ, ২ গৰাকী কৰিমগঞ্জৰ, ২ গৰাকী বিমান বন্দৰৰ, এগৰাকী কাছাৰৰ, এগৰাকী ওডালগুৰিৰ, এগৰাকী লখিমপুৰৰ ৷
↗ অসমত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা — ১৭৫৬ জন ৷
↗ ৰাজ্যত সম্প্ৰতি ১৩৩৬ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ আছে ৷
↗ সুস্থ হোৱা ৰোগীৰ সংখ্যা – ৪১৩
↗ বিয়োগ হোৱা ব্যক্তিৰ সংখ্যা – ৪
📌Alert ~ 84 new cases of #COVID19+
30 Dima Hasao, 20 Hojai, 14 Biswanath, 10 Dibrugarh, 3 Kamrup, 2 Karimganj, 2 Airport, 1 Cachar, 1 Udalguri, 1 Lakhimpur
↗️Total cases 1756
↗️Recovered 413
↗️Active cases 1336
↗️Deaths 04
Update 9:30 PM/June 3/Day’s total as of now 195