ৰাজ্যত ক্ৰমাৎ বানে লৈছে ভয়াৱহ ৰূপ ৷
বুৰ গৈছে ইখনৰ পাচত সিখন গাঁও ৷
শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, ১২ খন জিলাৰ ৩৬ টা ৰাজহ চক্ৰৰ ৬৭১ খন গাঁও বানৰ কবলত পৰিছে ৷
চলিত বছৰত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৪ লৈ বৃদ্ধি পাইছে ৷