ৰাজস্থানৰ দৌছাত ভয়ংকৰ পথ দুৰ্ঘটনা। উৰণসেতুৰ পৰা ৰে’লপথত বাগৰিল যাত্ৰীবাহী বাছ। ঘটনাস্থলীতে ৪জনৰ মৃত্যু, ২৪জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত। হৰিদ্বাৰৰ পৰা উদয়পুৰলৈ গৈ আছিল বাছখন।