ৰাজস্থানত শিৱৰাত্ৰি মেলাত অঘটন৷ কোটাৰ কুনহাড়ীত ১৪টা শিশু বিদ্যুৎস্পৃষ্ট৷ আহত শিশুসকলক কোটাৰ MBBS হাস্পতালত ভৰ্তি৷ চিকিৎসালয়ত উপস্থিত লোকসভাৰ অধ্যক্ষ ওম বিৰলা৷
Latest article
মণিপুৰত অগ্নিসংযোগ কৰা অভিযুক্তক গ্ৰেপ্তাৰ
মণিপুৰ আৰক্ষীয়ে শুকুৰবাৰে কয় যে যোৱা ১৬ নৱেম্বৰত জনপ্ৰতিনিধিৰ ঘৰত অগ্নিসংযোগ আৰু সম্পত্তিৰ ক্ষতিসাধনৰ ঘটনাৰ লগত জড়িতৰ অভিযোগত আৰু সাতজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে...
আৰক্ষীৰ জিম্মাৰ পৰা অভিযুক্তৰ পলায়ন
শিলচৰ আৰক্ষীৰ জিম্মাৰ পৰা অভিযুক্তৰ পলায়ন।
কেন্দ্ৰীয় কাৰাগাৰলৈ নি থকাৰ সময়তে পলায়ন অভিযুক্তটোৰ।
পলাতক অভিযুক্তটো জন হুছেইন আহমদ।
শ্ৰীভূমি জিলা আদালতৰ পৰা কেন্দ্ৰীয় কাৰাগাৰলৈ...
ব্যায়ামৰ পিছত নিয়মিতভাৱে কাঠবাদাম(আলমণ্ড)খালে শৰীৰৰ যথেষ্ট উন্নতি হয়, শেহতীয়া গৱেষণাত প্ৰকাশ
শেহতীয়াকৈ কাৰেণ্ট ডেভেলপমেণ্টছ ইন নিউট্ৰিচনত প্ৰকাশিত এক অধ্যয়নত আলমণ্ডক ফিটনেছ ৰিকাভাৰীৰ প্ৰধান খাদ্য হিচাপে স্থান দিয়া হৈছে, এই তথ্য প্ৰকাশৰ লগে লগে ৱেলনেছ(সুস্থতা) খণ্ডত...