ৰাজধানী দিছপুৰত চোৰৰ টিঘিলঘিলনি।
ছুপাৰ মাৰ্কেটৰ দোকানত সোমাল চোৰ।
লুটি নিলে ডেৰ লক্ষাধিক টকাৰ ধঁপাতজাতীয় সামগ্ৰী।
তলা ভাঙি চোৰটোৱে প্ৰৱেশ কৰে দোকানখনত।
CCTVত আবদ্ধ চোৰৰ চুৰি কৰা দৃশ্য।
ৰাজধানী দিছপুৰত চোৰৰ টিঘিলঘিলনি।
ছুপাৰ মাৰ্কেটৰ দোকানত সোমাল চোৰ।
লুটি নিলে ডেৰ লক্ষাধিক টকাৰ ধঁপাতজাতীয় সামগ্ৰী।
তলা ভাঙি চোৰটোৱে প্ৰৱেশ কৰে দোকানখনত।
CCTVত আবদ্ধ চোৰৰ চুৰি কৰা দৃশ্য।
