ৰঙিয়া আৰক্ষীৰ অভিযানত জব্দ ২ কিলোগ্ৰাম ৩৬ গ্ৰাম আফিং। আফিংখিনিৰ বজাৰ মূল্য প্ৰায় ২৫ লাখ টকা। পঞ্জাবৰ পঞ্জীয়নভুক্ত এখন ট্ৰাকত অনা হৈছিল নিষিদ্ধ আফিংখিনি। আৰক্ষীয়ে আটক কৰে পঞ্জাবৰ লুধিয়ানাৰ যশীন্দৰ সিং আৰু দালজিৎ সিঙক।