৩২০ মিলিয়ন ডলাৰ ব্যয়ৰে মুম্বাইত আজি অনন্ত আম্বানিৰ ৰাজকীয় বিবাহ

77

৩২০ মিলিয়ন ডলাৰ ব্যয়ৰে মুম্বাইত আজি অনন্ত আম্বানিৰ ৰাজকীয় বিবাহ।
প্ৰজাপতিৰ আশীষ শিৰতলৈ ৰাধিকা মাৰ্চেণ্টক কৰিব জীৱন সংগী। আগমন ঘটিব উদ্যোগপতি, চিনেমাৰ তাৰকা, শিল্পী, ৰাজনৈতিক নেতা , মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক তথা সকলো স্তৰৰ লোকৰ।মায়ানগৰী মুম্বাইত এতিয়া উখল-মাখল পৰিৱেশ।কিয়নো ভাৰতৰ ধনাঢ্য ব্যক্তি মুকেশ আম্বানিৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানিৰ আজি বিবাহ। এই ৰাজকীয় বিবাহক কেন্দ্ৰ কৰি উখল-মাখল হৈ পৰিছে মায়ানগৰী মুম্বাই।