৩০১ গৰাকী কোভিড-১৯ ৰোগীয়ে সম্পূৰ্ণ সুস্থ হৈ উভতিল ঘৰলৈ

84

৩০১ গৰাকী কোভিড-১৯ ৰোগীয়ে সম্পূৰ্ণ সুস্থ হৈ বুধবাৰে চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷এনে উল্লেখনীয় সেৱা আৰু সাফল্যৰ নিদৰ্শন দাঙি ধৰা আমাৰ চিকিৎসক তথা চিকিৎসাকৰ্মীসকললৈ অভিনন্দন জ্ঞাপন কৰিছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। সম্প্ৰতি ৰাজ্যত সুস্থ হোৱা ব্যক্তিৰ সংখ্যা — ১০৮৫
চিকিৎসাধীন ৰোগীৰ সংখ্যা — ১৮৪৪।