২৯ জানুৱাৰীৰ পৰা সদনত আৰম্ভ হ’ব কেন্দ্ৰীয় বাজেট অধিবেশন

70

২৯ জানুৱাৰীৰ পৰা সদনত আৰম্ভ হ’ব কেন্দ্ৰীয় বাজেট অধিবেশন। দুটা পৰ্যায়ত হ’ব এই বাজেট অধিবেশন ।

প্ৰথম পৰ্য়ায়ৰ অধিবেশন অনুষ্ঠিত হ’ব ২৯ জানুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ । লগতে দ্বিতীয় পৰ্যায় ৮ মাৰ্চৰ পৰা আৰম্ভ হৈ ৮ এপ্ৰলিললৈ চলিব । ১ ফেব্ৰুৱাৰীত দাখিল হ’ব কেন্দ্ৰীয় বাজেট ।

উল্লেখ্য যে ২৯ জানুৱাৰীত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দুয়োখন সদনকে সম্বোধন কৰিব ।