২০২৩ চনৰ ২৭ ফেব্ৰুৱাৰীত উদ্যোগী মিতালী পাৰুলকাৰৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব ক্ৰিকেটাৰ শাৰদুল ঠাকুৰে।
হিন্দুস্তান টাইমছক মিতালীয়ে কয় যে ২৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব বিবাহৰ পূৰ্বৰ উৎসৱ।
যোৱা বছৰৰ নৱেম্বৰ মাহত এই যুটিৰ এংগেজমেণ্ট হৈছিল।