১৫ মে’ৰ পৰা আৰম্ভ হ’ব উঃ মাঃৰ দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীৰ অনলাইন পাঠদান

70

অহা ১৫ মে’, ২০২১ৰ পৰা আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ পাঠদান। অনলাইনযোগে পাঠগ্ৰহণ কৰিব লাগিব ছাত্ৰ-ছাত্ৰীসকলে। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এক জাননীযোগে জনাইছে এই কথা। কোৰোনা মহামাৰীৰ বাবে লোৱা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত।