ষ্টাফ ৰিপৰ্টাৰ :১০ জুনৰ পিছত সলনি হ’ব অসমৰ পৰিস্থিতি। ১০ জুনৰ পিছত অসমলৈ আৰু নাহে বহিঃৰাজ্যত থকা লোক। বহিঃৰাজ্যৰ পৰা আৰু ১ লাখ লোক অহাৰ সম্ভাৱনা আছে। জামাতীয়ে বিপদ মাতিছে মণিৰাম দেৱান কোৱাৰেণ্টাইন চেণ্টাৰলৈ। কোৱাৰেণ্টাইন চেণ্টাৰত প্ৰতিবাদ নচলিব বুলি কৈছে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই।
