হোলীৰ আনন্দৰ মাজতে কমলপুৰৰ বৰডেকপাৰাত অঘটন।
ফাকুৱা খেলা্ৰ অন্তত নৈত গা ধুবলৈ গৈ সলিল সমাধি ২ যুৱকৰ।
মৃত যুৱক দুজন পাৰ্থ প্ৰতীম শৰ্মা (২১) আৰু কৌশিক শৰ্মা (১৯)।
আন দুজন বন্ধুৰ সৈতে নৈত গা ধুবলৈ গৈছিল যুৱক দুজনে।
আন দুজন যুৱক হৃষিকেশ শৰ্মা আৰু বিশ্বজিৎ দাসক কমলপুৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
