হোজাই কপাহবাৰীৰ পথ দুৰ্ঘটনাৰ সঠিক তদন্তৰ দাবী স্থানীয় ৰাইজৰ

94

সমৰ দেৱনাথ, হোজাই:- যোৱা ১০ আগষ্টত কপাহবাৰী চাৰিআলিত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাক লৈ বৰ্তমানো অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া।

উল্লেখ্য যে, এই দুৰ্ঘটনা সংঘটিত কৰাৰ অভিযোগত নীলবাগান আৰক্ষীয়ে একেটা পৰিয়ালৰ ৪জন সদস্যক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ পিছতে অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

দুৰ্ঘটনাৰ সঠিক তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজে।