হাটছিঙিমাৰীৰ ছান্তিপুৰত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ

184

হাটছিঙিমাৰীৰ ছান্তিপুৰত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ

পানীত ওপঙি থকা অৱস্থাত আজি পুৱা গঞা ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি ছুখচৰ আৰক্ষীক খবৰ দিয়ে।

মৃত যুৱক জন ছান্তিপুৰ গাওঁৰ বাসিন্দা আনোৱাৰ মিস্ত্ৰীৰ পুত্ৰ মফিদুল ইছলাম(২৮) বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।

সুখচৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।