হাজোৰ মনাহকুছিৰ ঘোঁৰামাৰাত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি মিণ্টু দাস নামৰ এজন যুৱক। মিণ্টু দাসক চোকা অস্ত্ৰৰে উপৰ্যুপৰি আক্ৰমণ। সংকটজনক অৱস্থাত মিণ্টু দাসক GMCHত ভৰ্তি। হাজো আৰক্ষী থানাত এজাহাৰ ভুক্তভোগীৰ পৰিয়ালৰ।