হাইলাকান্দিত মৰ্মান্তিক দুৰ্ঘটনা

115

হাইলাকান্দিত মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হৈছে।
বিদ্যুৎস্পষ্ট হৈ একে পৰিয়ালৰ 4 সদস্যৰ মৰ্মান্তিক মৃত্যু হয়।
জিলাখনৰ ধলছৰা- বিলাইপুৰ জিপিৰ নুনাই এফ ভি গাঁৱত ঘটনাটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে।
ইতিমধ্যে ঘটনাৰ পিছত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে ।
মৃত্যু হোৱা লোকজন হল শেখ সুফিয়ান আহমেদ 40 , শেখ হুসনাৰা বেগম (30), শেখ
ৰাজিবুল হুসেন (4) আৰু শেখ জাহিদ হুসেন ( 23)।
মৃত্যু হোৱা পৰিয়ালৰ প্ৰত্যেকজন সদস্যক পাঁচ লাখ টকা ক্ষতিপূৰণ দাবি কৰিছে ৰাইজৰ দলৰ হাইলাকান্দি জিলা সমিতিৰ সভাপতিয়ে ।