হাঁহ, কুকুৰা নিদিলে তদন্ত নকৰে বটদ্ৰৱা আৰক্ষীয়ে

141

হাঁহ, কুকুৰা নিদিলে তদন্ত নকৰে বটদ্ৰৱা আৰক্ষীয়ে। দিব লাগিব তেল খৰচো। বটদ্ৰৱা থানাৰ উপ-পৰিদৰ্শক পিংকু ফুকনৰ বিৰুদ্ধে এই অভিযোগ। হাঁহ, কুকুৰা, ধন দিলেহে থানাত ৰুজু হয় গোচৰ। ৰামপুৰৰ তাফাজ উদ্দিনৰ পৰিয়ালে উত্থাপন কৰিছে এই অভিযোগ। ৫০০ টকা তেল খৰচৰ নামত ল’লে পৰিয়ালটোৰ পৰা।