ৰুক্মিণীগাঁৱত হঠাৎ ওফন্দি উঠিছে ৰাজপথৰ এটা অংশ।
ব্যস্ত পথটোৰ এটা অংশ ওফন্দি উঠাৰ লগতে মেলিছে ফাট।
ফুলি উঠা পথৰ অংশটোৰ পৰা ওলাই আছে বোকা-পানী।
ঘটনাস্থলী পৰিদৰ্শন বিভাগীয় কৰ্তৃপক্ষৰ।